ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হোৱা তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ কালি সফল সামৰণি পৰে।অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা এই সাহিত্য উৎসৱত বহুতো দেশী বিদেশী লেখকে অংশগ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত লেখিকা এন মৰ্গানৰ সঞ্চালনাত অনুষ্ঠিত সৃষ্টিশীল লেখাৰ বাবে বাস্তৱ জগতৰ গৱেষণা শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে শ্ৰীলংকা, মালয়েছিয়া লাভিয়ান আৰু অসমৰ বহুকেইগৰাকী লেখকে।দেশ বিদেশৰ বহুকেইগৰাকী লেখকে অসমৰ লেখকসকলৰ লগত মত বিনিময় কৰি অসমৰ সাহিত্য সংস্কৃতিৰ এখন প্ৰতিছবি কঢ়িয়াই নিয়ে। তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ কাৰ্য্যসূচী সফল ৰূপায়ণ কৰা সকলোকে অসম প্ৰকাশন পৰিষদৰ প্ৰমোদ কলিতাই এক বিবৃতি যোগে ধন্যবাদ জ্ঞাপন কৰে ।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা