নগৰীয়া উদ্যমীয়ে জীৱিকাৰ সন্ধান পাব

0 276

কালিৰে পৰা মহানগৰীৰ আমবাৰীত চহৰ সমৃদ্ধি উৎসৱ অনুষ্ঠিত হৈছে।নগৰীয়া জীৱিকা অভিযানৰ অধীনত আৰম্ভ হোৱা এই উৎসৱটোত ৩০টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে।জানিব পৰা মতে এই উৎসৱ প্ৰত্যেক ৰাজ্যতে অনুষ্ঠিত হৈছে।উৎসৱটোৰ জৰিয়তে আত্মসহায়ক গোট কিছুমানক লোন প্ৰদান কৰা হৈছে আৰু জব মেলা অনুষ্ঠিত কৰি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হৈছে ।উৎসৱত বিভিন্ন ষ্ট্ৰীট ফুডৰ বিপনীয়েও অংশগ্ৰহণ কৰিছে।এই উৎসৱ অহা ১৫ ফেব্ৰুৱাৰীত অন্ত পৰিব।

Leave A Reply

Your email address will not be published.