বাক্সাৰ মটঙা নদীৰ ওপৰত নিৰ্মাণ হৈ আছে ৰোপৱে’৷ কেইজনমান উদ্যমী যুৱকৰ প্ৰচেষ্টাত এই ৰ’পৱে নিৰ্মাণ হৈছে ৷ ইতিমধ্যে যুদ্ধকালীন ক্ষীপ্ৰতাৰে প্ৰায় ৫০ শতাংশ কাম সম্পন্ন হৈছে বুলি জানিব পৰা গৈছে।এই ৰোপৱেৰ দৈৰ্ঘ্য চাৰিশ ফুট। ৰোপৱেত মটৰচাইকেল আৰু যাত্ৰী একেলগে পাৰ হ’ব পাৰিব। বিশেষ কাৰিকৰী ব্যৱস্থাৰে নিৰ্মাণ হৈ থকা এই মিনি ৰোপৱেত আছে দিব্যাংগ লোকৰ বাবে হুইল চেয়াৰৰ সুবিধা।পূৰ্বতেও এই যুৱক কেইজনে শৰাইঘাটৰ দলঙৰ সদৃশ বৃহৎ আকাৰৰ বাঁহৰ দলং নিৰ্মাণ কৰি সকলোৱে দৃষ্টি নিবদ্ধ কৰিবলৈ সক্ষম হৈছিল।
Trending
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা
- নয়দা শাখা অসম সাহিত্য সভাৰ এক ব্যতিক্ৰমী অনুষ্ঠান
- বৰঝাৰ বিমান বন্দৰত জাপানৰ প্ৰধানমন্ত্ৰীক আদৰিবলৈ সাজু অসম চৰকাৰ