অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ আন এক সন্মান।টৰণ্ট’ ইণ্টাৰনেশ্যনেল উইমেন ফিল্ম ফেষ্টিভেলত অভিনেত্ৰী গৰাকীলৈ এই সন্মান।টৰেণ্ট’ ইণ্টাৰনেশ্যনেল উইমেন ফিল্ম ফেষ্টিভেলত জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান।’ছেমখোৰ’ নামৰ চলচিত্ৰখনৰ বাবে আইমী বৰুৱালৈ এই সন্মান আগবঢাইছে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই