অসম অলিম্পিক সন্থাৰ উদ্যোগত ২৩-২৭ জুলাইলৈকে অনুষ্ঠিত হ’ব অসম যুৱ অলিম্পিক’২০২২ ৷ অসম যুৱ অলিম্পিকত ৩১ বিধ ভিন্ন ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব গুৱাহাটীৰ ভিন্ন ক্ৰীড়া প্ৰকল্পত ৷ ইতিমধ্যে গুৱাহাটীৰ পল্টনবজাৰস্থিত ভাৰতীয় খেল প্ৰাধিকৰণত অনুষ্ঠিত হ’বলগীয়া উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বিশ্বনাথৰ উশ্ব দল দেওবাৰে নিশা বিশ্বনাথ ৰেল ষ্টেচনৰ পৰা গুৱাহাটীলৈ ৰেল যোগে ৰাওনা হয় ৷ বিশ্বনাথৰ উশ্বু দলৰ প্ৰশিক্ষক পদ্ম জায়ৰু তত্ত্বাৱধানত ২৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব অসম যুৱ অলিম্পিকত ৷ বিশ্বনাথলৈ সুনাম অৰ্জন কঢ়িয়াই আনিবলৈ প্ৰশিক্ষক তথা খেলুৱৈসকল যথেষ্ট আশাবাদী ৷. বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।
Trending
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram
- দেশৰ ভিতৰতে থানাত প্ৰথম জাতীয় পতাকা উত্তোলনৰ ইতিহাস স্মৰণ