প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় মন্ত্ৰীসভাই বুধবাৰে দেশৰ ১৬খন ৰাজ্যত পিপিপি মডেলৰ মাধ্যমত ভাৰতনেটৰ সংশোধন বলবৎ কৰাৰ ৰণনীতিৰ বাবে মঞ্জুৰি প্ৰদান কৰে। ইয়াৰ দ্বাৰা এই ১৬খন ৰাজ্যৰ ভিতৰুৱা গাঁওবাসীয়ে লাভ কৰিব অপ্টিকেল ফাইবাৰ নেটৱৰ্কৰ সুবিধা। এই যোঁজনাৰ বাবে প্ৰায় ১৯হাজাৰ কোটিৰ টকা ব্যয়ৰ অনুমতি প্ৰদান কৰা হৈছে।বাচনি কৰা এই ৰাজ্য কেইখন ক্ৰমে- কেৰালা, কৰ্ণাটক, ৰাজস্থান, হিমাচলপ্ৰদেশ, পঞ্জাৱ, হাৰিয়ানা, উত্তৰপ্ৰদেশ, মধ্যপ্ৰদেশ, পশ্চিম বংগ, অসম মেঘালয়, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু অৰুণাচলপ্ৰদেশ। এই যোঁজনাত অন্তৰ্ভুক্ত কৰা হৈছে গ্ৰাম্য পঞ্চায়তসহ প্ৰায় ৩.৬১ লাখখন গাঁও।
Trending
- BRPNNL Delegation Felicitated by BRO for Support in Vikramshila Setu Restoration
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাত প্ৰায় ৮ লাখ ভক্তৰ সমাগম -আজি মুকলি হ’ল মন্দিৰৰ দুৱাৰ
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি