আৰম্ভ হ’ল সংসদৰ বৰ্ষাকালীন অধিৱেশন

0 223

আজিয়ে পৰা আৰম্ভ হৈছে দুই সংসদৰ বৰ্ষাকালীন অধিৱেশন।এই অধিৱেশন ক’ভিডৰ প্ৰট’কল মানি অনুষ্ঠিত হৈছে।
 
 
প্ৰতিদিনে চাৰি ঘণ্টাকৈ অনুষ্ঠিত হ’ব বৰ্ষাকালীন অধিৱেশন । সেই অনুসৰি ৯ বজাৰ পৰা ১ বজালৈ অনুষ্ঠিত হ’ব ৰাজ্যসভা অধিৱেশন আৰু আনহাতে ৩ বজাৰ পৰা ৭ বজালৈ লোকসভাৰ অধিৱেশন চলিব।প্ৰথমবাৰৰ বাবে এইবাৰ সৰ্বদলীয় বৈঠক অনুষ্ঠিত হোৱা নাই। অধিবেশনত ৪৭খন বিধেয়ক চৰকাৰে উত্থাপন কৰিব ।লগতে কৃষি সম্বন্ধীয় কেইবাখনো আইন, অধ্যাদেশ উপস্থাপন কৰা হ’ব বুলি জানিব পৰা গৈছে।এই অধিবেশন ১ অক্টোবৰলৈকে চলিব।

Leave A Reply

Your email address will not be published.