ইতিহাস ৰচিলে মেৰী কমে

0 260

বিশ্ব বক্সিং চেম্পিয়নশ্বিপত বিজয়ী হৈ ইতিহাস ৰচিলে বক্সিং সম্ৰাজ্ঞী মেৰী কমে।মহিলা বক্সিঙৰ চেম্পিয়নশ্বিপত য়ুক্ৰেইনৰ প্ৰতিদ্বন্দ্বীক হন্ন অখ’টাৰক পৰাস্ত কৰি বিজয়ী হৈছে।উল্লেখযোগ্য যে মেৰী কমে ষষ্ঠ বাৰৰ বাবে ৫-০ ব্যৱধানত পৰাস্ত কৰি বিশ্ব খিতাপ দখল কৰিবলৈ সক্ষম হয়।ইতিপূৰ্বেও মেৰী কমে ৫বাৰকৈ চেম্পিয়ন হৈছিল।

Leave A Reply

Your email address will not be published.