ই এলএছ মানৱীয়তাৰ বঁটা লাভ কৰিলে এগৰাকী অসম সন্তানে

0 218

তামিল ভাষা সংস্কৃতিলৈ আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে অসমৰ এগৰাকী যুৱতীক ই এল এছ মানৱীয়তা পুৰস্কাৰ প্ৰদান কৰিছে।
 
উল্লেখযোগ্য যে দেশৰ কেইবাগৰাকীও কীৰ্তিমানৰ লগতে এই বঁটা লাভ কৰিছে অসমৰ যুতিকা মহন্তই। এই ই এল এছ মানৱীয়তা বঁটা ই এল এছ ইডিফিকেচন প্লাছ ইউকেই কালি এই বঁটা প্ৰদান কৰিছে।
তেওঁ লগতে এই বঁটা লাভ কৰা ব্যক্তিসকল হ’ল ৰেবেকা চাঙকিজা, চৈতালী দাস ,চন্দ্রা ঝা ,লিণ্ডা নিউমাই আৰু ৰশ্মি সাহা।উল্লেখযোগ্য যে ই এল এছ ইউনিফিকেচন প্লাছ ইউকেই ভিবি ট্ৰাষ্ট হিউমেনিটেৰিয়ানৰ সহযোগত বিগত ১৫ বছৰে এই বঁটা প্ৰদান কৰি আহিছে।

Leave A Reply

Your email address will not be published.