সমন্বয় আৰু সম্প্ৰীতিৰ বাৰ্তা বিলালে অসমৰ অতি পিছপৰা অঞ্চল বকোৰ মৰাকলহী আয়োজিত এক অনুষ্ঠানে। বেচৰকাৰী সংস্থা ইম্পেচনৰ উদ্যোগত কালিৰে পৰা দুদিনীয়া কাৰ্য্যসূচীৰে অনুষ্ঠিত হয় এক সাংস্কৃতিক সমাৰোহ। সমাৰোহখনৰ লগত সংগতি ৰাখি শংকৰদেৱ আৰু আজান ফকৰিৰ সমন্বয়ৰ সম্পৰ্কে আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনা চক্ৰত বিভিন্ন ক্ষেত্ৰত বিশিষ্ট ব্যক্তিয়ে অংশ গ্ৰহণ কৰে। লগতে সদৌ অসম ভিত্তিত বৰগীত, জিকিৰ জাৰীৰ প্ৰতিযোগীতা অনুষ্ঠিত হয়। অসমৰ বিভিন্ন ঠাইৰ পৰা অহা প্ৰতিযোগীসকলে প্ৰতিযোগিতা সমূহত অংশ গ্ৰহণ কৰে।
Trending
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰ, কামৰূপলৈ দেশৰ শ্ৰেষ্ঠ কৃষি বিজ্ঞান কেন্দ্ৰৰ বঁটা
- ভূটানৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ প্ৰতিনিধি দলৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ আৰু আই আই টি-গুৱাহাটী ভ্ৰমণ
- ভাৰত-ডেনমাৰ্কৰ দ্বিপাক্ষিক সম্পৰ্কৰ সফলতাই বিশ্বৰ সামুদ্ৰিক খণ্ডক এক নতুন গতি দিব: কোপেনহেগেন বিজনেছ স্কুলত ব্লু এম বি এ-ৰ প্ৰতিভাসমূহক সম্বোধন কৰে কেন্দ্ৰীয় মন্ত্ৰী সোণোৱালে
- NECTAR Launches Organic Agriculture Project in Arunachal Under PM-DevINE Scheme
- পৰিৱেশ কৰ্মী, জেষ্ঠ সাংবাদিক উত্তম শইকীয়ালৈ অসম চৰকাৰৰ পৰিৱেশ মিত্ৰ সন্মান
- বিশ্ব পৰিবেশ দিবসত আই এ এছ এছ টিত চাৰিগৰাকী বিশিষ্ট পৰিবেশকৰ্মীক পৰিবেশ মিত্ৰ বঁটা প্ৰদান
- অসম খনিজ উন্নয়ন নিগম পৰিসীমিতৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ ১ কোটি টকাৰ চেক প্ৰদান
- বিশ্ব পৰিৱেশ দিৱসত প্লাষ্টিক ব্যৱহাৰৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ বাবে সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত সাংস্কৃতিক অনুষ্ঠান
- গুৱাহাটী বিশ্ববিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰাৰ দৃষ্টিভংগীৰে বৌদ্ধ দৰ্শন শীৰ্ষক বক্তৃতানুষ্ঠান সম্পন্ন
- গুৱাহাটী প্ৰেছ ক্লাবত যোগ বিষয়ক আকস্মিক বক্তৃতা আৰু যোগাসন প্ৰতিযোগিতা অনুষ্ঠিত