এয়াৰটেলে উওৰ পূর্বাঞ্চলৰ বানপীড়িত গ্ৰাহকসকলক সহায় আগবঢ়ায়

0 71

ত্ৰিপুৰা,মণিপুৰ,মেঘালয় আৰু মিজোৰামত হোৱা ব্যাপক বৰষুণ আৰু বানপানীৰ বাবে এয়াৰটেলে তেওঁলোকৰ নিজৰ প্ৰিপেইড আৰু পোষ্টপেইড গ্ৰাহকসকলক সহায় কৰিবলৈ তলত দিয়া সুবিধা সমূহ উপলব্ধ কৰিছে।
যিসকল প্ৰিপেইড গ্ৰাহকৰ ভেলিডিটি ম্যাদ উকলি গৈছে আৰু ৰিচাৰ্জ কৰিব পৰা নাই, তেওঁলোকৰ বাবে প্ৰতিদিনে ১.৫ জিবি বিনামূলীয়া মোবাইল ডাটা আৰু ৪ দিনৰ ভেলিডিটি ৰ সৈতে আনলিমিটেড কলিংৰ সুবিধা দিয়া হ’ব।সকলো পোষ্টপেইড গ্ৰাহকৰ বাবে বিল পৰিশোধৰ তাৰিখ ৩০ দিন বৃদ্ধি কৰা হয় যাতে গ্ৰাহকে মোবাইল সেৱাৰ নিৰৱচ্ছিন্ন প্ৰৱেশ নিশ্চিত কৰে আৰু সংকটৰ সময়ত সংযোগ লাভ কৰে, এয়াৰটেলে লগতে ত্ৰিপুৰাত প্ৰৱৰ্তন কৰিছে ইন্ট্ৰা-চাৰ্কল ৰোমিং (ICR)। এই পদক্ষেপৰ অধীনত আন নেটৱৰ্কৰ গ্ৰাহকসকলেও এয়াৰটেলৰ নেটৱৰ্ক ব্যৱহাৰ কৰিব পাৰিব, যাতে সকলোৱে সংযুক্ত হৈ থাকে।

Leave A Reply

Your email address will not be published.