কাইলৈ পৰা কামাখ্যাত অম্বুবাচী অনুষ্ঠিত হ`ব।এইবাৰ ক’ভিড সংক্ৰমণ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ দৰে ধামখুমীয়াকৈ অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰে যদিও অনুষ্ঠুপীয়া নীতি নিয়মেৰে অনুষ্ঠান অনুষ্ঠিত কৰিব।পঞ্জিকা অনুসৰি মংগলবাৰৰ ২ বাজি ৬ মিনিট ৭ চেকেণ্ডত অম্বুবাচী মহাযোগৰ প্ৰবৃত্তি হ’ব। আৰু সেই মহা প্ৰবৃত্তি পিছত ২৬ জুনৰ বুধবাৰে নিশা ২ বাজি ২৯ মিনিট ৯ চেকেণ্ডত নিবৃত্তি হ’ব।এই সময়খিনিত কামাখ্যা মূল দুৱাৰ বন্ধ থাকিব।আৰু ২৬ জুনত কামাখ্যা ধামৰ মূল দুৱাৰ খোলা হ’ব।উল্লেখযোগ্য কামাখ্যাত প্ৰতিবছৰে অম্বুবাচীৰ উপলক্ষে লক্ষাধিক ভক্তৰ সমাগম হয়।বিভিন্ন ৰাজ্যৰ পৰা অহা সাধু সন্যাসীয়ে কামাখ্যাত ভিৰ কৰে।
Trending
- আউনীআটি সত্ৰৰ সত্ৰাধিকাৰ তথা আউনীআটি আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ আচাৰ্য ড° পীতাম্বৰ গোস্বামীলৈ বিশেষ সম্বৰ্দ্ধনা জ্ঞাপন
- ধাৰাপুৰত দীক্ষা যোগ কেন্দ্ৰৰ উদ্যোগত আন্তৰ্জাতিক যোগ দিৱস উদযাপন
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- গুৱাহাটীত কাঠফুলা খেতি প্ৰকল্প বিষয়ক ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ আৰু কৰ্মশালা
- কামাখ্যাত অম্বুবাচী মহাযোগ ২০২৬ মেলাৰ শুভ উদ্বোধন কৰিলে পৰ্যটন মন্ত্ৰী অজন্তা নেওগে
- উত্তৰ পূব সীমান্ত ৰেলৱেৰ মহা প্ৰৱন্ধকে পৰিদৰ্শন কৰিলে কামাখ্যা ৰেল ষ্টেচনৰ অম্বুবাচী মহাযোগৰ শিবিৰ
- আজাৰা কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত পিএম-কিষাণৰ ২৩ সংখ্যক কিস্তি মুকলি
- ৰাভা দিৱসৰ পবিত্ৰ ক্ষণত অসম যুৱ পৰিষদৰ সন্মান- দুটা দশক ধৰি লোকসংগীতৰ সাধনাত ব্ৰতী শিল্পীগৰাকীক ৰাজহুৱা স্বীকৃতি
- প্ৰসাৰ তথা আধুনিকীকৰণে পশুপালন খণ্ডক অধিক জনমুখী কৰিব- মন্ত্ৰী নীলিমা দেৱী
- অৰুণাচল প্ৰদেশত ভাৰতীয় সেনাৰ বাবে এয়াৰটেলে সম্প্ৰসাৰণ কৰিছে মোবাইল সংযোগ ব্যৱস্থা