সমগ্ৰ ৰাজ্যজুৰি ক’ৰণা ভাইৰাছে তাণ্ডৱ চলাই থকাৰ সময়তে পৰীক্ষা সন্দৰ্ভত এক বিশেষ ঘোষণা কৰিছে গুৱাহাটী বিশ্ববিদ্যালয় কৰ্তৃপক্ষই। সম্প্ৰতি সমগ্ৰ ৰাজ্যতে চলি থকা ক’ভিড-১৯ৰ স্বাভাৱিক পৰিস্থিতিক ভিত্তি কৰিয়েই গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ৰ চুড়ান্ত ষান্মাষিকৰ পৰীক্ষাসমূহ ছেপ্টেম্বৰ মাহৰ দ্বিতীয় সপ্তাহৰ পৰা আৰম্ভ কৰাৰ সম্ভাৱনা বিশ্ববিদ্যালয় কৰ্তৃপক্ষই ঘোষণা কৰা জাননীত প্ৰকাশ পাইছে। সমান্তৰালভাৱে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ সকলোধৰণৰ নীতি নিয়ম পৰীক্ষা অনুষ্ঠিত হোৱাৰ ৩সপ্তাহ পূৰ্বে আনুষ্ঠানিকভাবে বিশ্ববিদ্যালয় কৰ্তৃপক্ষই প্ৰকাশ কৰিব বুলি জাননী খনত উল্লেখ আছে। স্মৰ্তব্য যে পৰীক্ষাৰ মাছুলৰ ক্ষেত্ৰত ২০শতাংশ ৰেহাই দিয়াৰ কথা জাননীখনত উল্লেখ কৰিছে।
Trending
- গুৱাহাটীত পৰিষ্কাৰ-পৰিচ্ছন্নতা বৃদ্ধিৰ উদ্দেশ্যে টপচেম চিমেণ্টৰ বিশ্বকৰ্মা প্ৰতিমা বিসৰ্জন অভিযান
- এন ই ফ’কাচ ডট কমৰ দশম বৰ্ষপুৰ্তিৰ উদযাপন
- বি বৰুৱা কলেজ (স্বশাসিত)ৰ ৮৪সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন