বৰহোলা ইকৰাণি পঞ্চায়তৰ ২ নং বছা প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংগনত সংশ্লিষ্ট বিদ্যালয় আৰু ৰাইজৰ সহযোগত দিনযোৰা কাৰ্যসূচীৰে শিশু দিৱস উদযাপন কৰা হয়৷ শিশু দিৱস উপলক্ষে পুৱা পতাকা উত্তোলন কৰে উদযাপন সমিতিৰ সভাপতি চেনীৰাম গগৈ, স্মৃতি তৰ্পন কৰে অৱসপ্ৰাপ্ত কৃতি শিক্ষক তথা সাংবাদিক হৰেন গগৈ,গছপুলি ৰোপন কৰে সমাজকৰ্মী নৰেন গগৈ আৰু মঞ্চ উদ্ধোধন কৰে বৰহোলা মহাবিদ্যালয়ৰ প্ৰবক্তা অমল সোনোৱালে৷ ইয়াৰ পিছতে ছাত্ৰ ছাত্ৰীৰ মাজত চিত্ৰাংকন,কবিতা আবৃত্তি,সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত হয়৷আনহাতে নিশা ভাগলৈ নিমন্ত্ৰিত শিল্পী সকলে গীতৰ শৰাই আগবঢ়াব৷
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই