উত্তৰ-পূব সীমান্ত ৰে’লৱেই ‘ছট’ পূজাৰ বাবে যাত্ৰীসকলৰ সুবিধাৰ্থে ডিব্ৰুগড় গোৰখপুৰ আৰু নিউ জলপাইগুৰি-গোৰখপুৰ পথত দুখন বিশেষ ৰে’ল চলোৱাৰ সিদ্ধান্ত লৈছে। দুয়োখন ৰে’লতে থাকিব ২০টাকৈ ডবা।বিশেষ ৰেল দুখনৰ এখন ২৭ অক্টোবৰৰ সন্ধিয়া ৭.২৫ বজাত ডিব্ৰুগড়ৰ পৰা ৰাওনা হ’ব আৰু ২৯ অক্টোবৰৰ ৰাতিপুৱা গোৰখপুৰত উপস্থিত হ’ব।ৰে’লখনে ১ নৱেম্বৰত গোৰখপুৰৰ পৰা ৭:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পিছদিনা ২০:৫০ বজাত অসমৰ ডিব্ৰুগড়ত উপস্থিত হ’ব।আনখন ৰেল ২৯ অক্টোবৰৰ সন্ধিয়া ৫ বজাত গোৰখপুৰৰ পৰা যাত্ৰা আৰম্ভ কৰি পিছদিনা ৰাতিপুৱা পশ্চিমবংগৰ নিউ জলপাইগুৰিত উপস্থিত হ’ব।পুনৰ ৰেলখন ৩১ অক্টোবৰৰ দুপৰীয়া ২ বজাত নিউ জলপাইগুৰিৰ পৰা ৰাওনা হ’ব আৰু পিছদিনা ৰাতিপুৱা গোৰখপুৰত উপস্থিত হ’ব।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls