নিলমণি বৰা ৰিপৰ্ট- অলপতে দিল্লীত চুক্তি স্বাক্ষৰ কৰি কালি গুৱাহাটীত কাৰ্বি আংলঙৰ ছয় বিদ্ৰোহী সংগঠনে সংবাদ মেল আয়োজন কৰে।গুৱাহাটীৰ কাৰ্বি ভৱনত অনুষ্ঠিত হোৱা এই সংবাদ মেলত ছয়টা সংগঠনৰ নেতা সকলে কেন্দ্ৰীয় চৰকাৰৰ লগত হোৱা এই চুক্তি ঐতিহাসিক আখ্যা দি অচিৰেই ইয়াক কাৰ্যকৰী কৰিবলৈ সকলো ব্যৱস্থা গ্ৰহণ কৰিব বুলি কাৰ্বি আংলঙৰ লগতে ৰাজ্য খনৰ সকলো ঠাইতে বসতি কৰা কাৰ্বি ৰাইজক আশ্বাস দিয়ে।আটাইকেইটা সংগঠনৰ নেতা সকলে কেন্দ্ৰীয় চৰকাৰ, ৰাজ্য চৰকাৰ আৰু কাৰ্বি আংলঙ স্বায়ত্ব শাসিত পৰিষদক ধন্যবাদ জ্ঞাপন কৰে।
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram