দেশৰ সৰ্ব বৃহৎ মিজোৰামৰ পৰিয়ালটো..

0 223

দেশৰ সকলোতকৈ ডাঙৰ পৰিয়াল হিচাপে চিহ্নিত হৈছে মিজোৰামৰ চানাৰ পৰিয়াল।১৮১ জন সদস্যৰে  চানাৰ পৰিয়াল গঠিত।মিজোৰামৰ বাক্তাৱাঙত এটা ঘৰত চামাৰ পৰিয়াল থাকে।জিঅ’না চানা নামৰ ব্যক্তিজনৰ ৩৯গৰাকী পত্নীয়ে এই পৰিয়াল গঠন হৈছে।১০০টা ৰুমৰ কোঠালিত চানাৰ পৰিয়ালৰ সদস্য সকল থাকে।তেওঁলোকে যথেষ্ট মিলা প্ৰীতিৰে বসবাস কৰে।চানাৰ সমূহ পত্নী একোটা কোঠাত থকাৰ বিপৰীতে চানাৰ আছুতীয়া কোঠা আছে।প্ৰতিগৰাকী পত্নীয়ে চানাক সমানে মৰম ,সন্মান কৰে।দৈনিক ১০০কে জি চাউলে চানাৰ ঘৰত খানা প্ৰস্তুত হয়।চানাৰ প্ৰথমা পত্নীয়ে সমস্ত ঘৰৰ কাম তদাৰক কৰাৰ লগতে কনিষ্ঠ তথা নতুন পত্নীয়ে চানাৰ লগত সময় অতিবাহিত কৰে।জানিব পৰা মতে চানাই শেহতীয়াকৈ এখন স্কুল প্ৰতিষ্ঠা কৰিছে।যি সময়ত একক পৰিয়ালৰ ধাৰণা সমগ্ৰ দেশতে বিৰল হৈ পৰিছে, সেই সময়ত চানাৰ পৰিয়াল একক হৈ জিলিকিছে।

Leave A Reply

Your email address will not be published.