পি এল এয়ে মুকলি কৰিব ৫ অৰুণাচলী যুৱকক

0 193

চীন অৰুণাচল সীমান্তৰ পৰা নিৰুদ্দেশ  হোৱা ৫ জন অৰুণাচলী যুৱকক আজি চীনা সৈন্যই মুকলি কৰি দিব।কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে কালি টুইটাৰ যোগে এনেদৰে মন্তব্য কৰিছে -The chinese PLA has confirmed to indian Army to had over the youths from Arunachal pradesh to our side.The handing over is likely to take place anytime tomorrow ie.12th september 2020 at a designated location.
 
 
অৱশ্যে কিমান সময়ত তেওঁলোকক ঘূৰাই দিব সেই কথা এতিয়ালৈকে নিশ্চিত হোৱা নাই। তেওঁলোক হৈছে টছ সিংকাম,প্ৰসাত ৰিলিং,দঙতে এবিয়া, চানু বেকাৰ আৰু গাৰু দিলি ।

Leave A Reply

Your email address will not be published.