প্ৰকৃতি সুৰক্ষা বিষয়ক অনুষ্ঠানৰ আঁত ধৰি

0 311

আজিৰে পৰা মহানগৰীৰ হোটেল লিলিত অনুষ্ঠিত হৈছে ইষ্টাৰ্ণ হিমালয়ান নেচাৰন’মিক ফ’ৰামৰ অনুষ্ঠান।বালিপাৰা ফাউণ্ডেশ্যনৰ উদ্যোগত অনুষ্ঠিত হোৱা অনুষ্ঠানত দেশী বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিছে।প্ৰকৃতি সংৰক্ষণ,পৰিবেশ সংৰক্ষণৰ লগতে গ্ৰাম্য জীৱনৰ সমাজ, পৰিৱেশ, অৰ্থনৈতিক স্বাধীনতাৰ সম্পৰ্কত বিভিন্ন পৰ্য্যালোচনা অনুষ্ঠিত হৈছে।স্মৰ্তব্য যে এই অনুষ্ঠান কালিলৈ অন্ত পৰিব।

Leave A Reply

Your email address will not be published.