গুৱাহটীৰ পাঞ্জাবাৰীৰ বিপনন বাণিজ্য ক্ষেত্ৰত আজি অনুষ্ঠিত হোৱা সদৌ অসম প্ৰথম ৰেপিড ৰেটিং দবা প্ৰতিযোগীতাত মায়ংক চক্ৰৱৰ্তীয়ে চেন্পিয়নৰ খিতাপ দখল কৰে । জুনিয়ৰ ৰাষ্ট্ৰীয় চেম্পিয়ন মায়ংকে নিজৰ অপতিৰোধ্য ধাৰা অব্যাহত ৰাখি ৯ খেলৰ আটাইকেইখনতে জয় লাভ কৰি এই খিতাপ অৰ্জন কৰে ।আনহাতে দবা প্ৰতিযোগীতা খনৰ প্ৰথম ৰানাৰ্চ আপৰ খিতাপ লাভ কৰে প্ৰাক্তন অসম চেম্পিয়ন ৰাজীৱ ধৰে আৰু দ্বিতীয় ৰানাৰ্চ আপ হয় । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ ১১২ গৰাকী চিনিয়ৰ ,জুনিয়ৰ দবাৰুৱে অংশ গ্ৰহণ কৰে অসম ৰেপিড ৰেটিং প্ৰতিযোগিতা খন আনুষ্ঠানিকভাৱে উদ্বোধন কৰে অসম চেম্বাৰ্চ অৱ কৰ্মাচৰ অধ্যক্ষ ৰূপ গোস্বামীয়ে। বিশিষ্ট অতিথি তথা খেলুৱৈ হিচাপে অংশ গ্ৰহণ কৰি মহানগৰ জিলা উপায়ুক্ত পল্লৱ ঝাই । সদৌ অসম সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা উক্ত প্ৰতিযোগিতা খন পৰিচালনা কৰে ৰবিকান্ত তিৱাৰী আৰু অনন্ত গোস্বামীয়ে।
Trending
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই