টকিঅ’ অলিম্পিকৰ ভাৰতীয় দলৰ চীফ দ্য মিছন, ভাৰতীয় অলিম্পিক সন্থাৰ জ্যেষ্ঠ উপসভাপতি, দেশৰ বিশিষ্ট ক্ৰী়ড়া সংগঠক, অসম গণ পৰিষদ দলৰ ৰাজ্যসভাৰ সাংসদ, প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যক আজি দলৰ আমবাৰীস্থিত মুখ্য কাৰ্যালয়ত অসম গণ পৰিষদৰ তৰফৰ পৰা অভিনন্দন জনায় । চীফ দ্য মিছনৰ দায়িত্বৰে টকিঅ’ অলিম্পিকত বিশ্বৰ বুকুত ভাৰতবৰ্ষক উজ্বলাই তোলা বৈশ্য অভিনন্দন জনায় অসম গণ পৰিষদৰ সভাপতি তথা মন্ত্ৰী অতুল বৰা, সন্মানীয় কাৰ্যকৰী সভাপতি তথা মন্ত্ৰী কেশৱ মহন্তই । অনুষ্ঠানত দলৰ কেবাগৰাকী সন্মানীয় বিধায়ক প্ৰমুখ্যে উপসভাপতি, সাধাৰণ সম্পাদক , মুখপাত্ৰ, ভাতৃ সংগঠনৰ বিষয়ববীয়া তথা অন্যান্য জ্যেষ্ঠ নেতা উপস্থিত থাকে।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta