কামাখ্যা ৰেলৱে ষ্টেছনৰ ৪নং প্লেটফৰ্মত শুক্ৰবাৰে ২৪ ঘণ্টা মুকলি থাকিবলগীয়া এখন ফুড প্লাজা মুকলি কৰে।প্লাজাখন আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী লোকসভাৰ সমষ্টিৰ সাংসদ কুইন ওজাই।উত্তৰ পূবৰ সীমান্ত ৰেলৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন্দ্ৰ ভট্টাচাৰ্যই আঁত ধৰা অনুষ্ঠানটোত কুইন ওজাই যাত্ৰী সকলৰ লগতে ৰেলযাত্ৰী সকলক বহু পৰিমাণে প্লাজা খনে সকাহ যোগাব বুলি মন্তব্য কৰে।অনুষ্ঠানত ৰেলৱেৰ প্ৰধান বাণিজ্যিক প্ৰবন্ধক অনিত দৌলত, কামাখ্যা ৰেলৱে ষ্টেছনৰ অধীক্ষক প্ৰাঞ্জল দাসকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press