গুৱাহাটীৰ জালুকবাৰী অঞ্চলৰ বকুল নগৰত অহা ১১ভি ৰ পৰা ১৫ অক্টোবৰলৈ পাঁচদিনীয়া কাৰ্যসূচীৰে সাৰ্বজনীন শ্ৰী শ্ৰীদুৰ্গা পূজা উদযাপন কৰা হ`ব । ১১ অক্টোবৰত পুৱা ৯ বজাত ধৰ্মধজ্জা উত্তোলনৰে এইবেলিৰ পূজাৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰিব উদযাপন কমিটিৰ সভাপতি গজেন চন্দ্ৰ শৰ্মাই। সন্ধিয়া বন্তি প্ৰজলন কৰিব অৱসৰপ্ৰাপ্ত অধ্যাপক উমাকান্ত দেৱশৰ্মা বিমল চন্দ্ৰ দাসে।আনহাতে পূজাৰ কাৰ্যসূচী সুচাৰুৰূপে উদযাপন কৰিবলৈ সমাজকর্মী গজেন চন্দ্ৰ দাসক সভাপতি , চবিন চন্দ্ৰ কলিতাক কাৰ্যকৰী সভাপতি , দিগন্ত দাসক সাধাৰন সম্পাদক , শৈলেন দাসক কোষাধক্ষ্য হিচাপে লৈ1 এখন কাৰ্যকৰী কমিটি গঠন কৰা হৈছে । আনহাতে মহালয়াৰ দিনা ক’ভিড বিধি মানি দুৰ্গাপূজাৰ লাইখুটা স্থাপন কৰা হয় । বহুসংখ্যক লোকৰ উপস্থিতিত লাইখুটা স্থাপন কৰে অৱসৰপ্ৰাপ্ত অধ্যাপক উমাকান্ত দেৱশৰ্মাই।
Trending
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls