বালিপৰাত মৎস্য চিকাৰত ব্যস্ত ৰাইজ

0 301

ধৰালৈ লাহে লাহে শীত নামিছে । বৰষুণৰ অভাৱত এফালৰপৰা শুকাবলৈ ধৰিছে নৈ, নিজৰা, খাল, বিল আদি। শুকাবলৈ ধৰাত খাল,বিলত শোণিতপুৰৰ লোক্ৰা অঞ্চলত এতিয়া মাছ ধৰাত ব্যস্ত অঞ্চলবাসী ৰাইজ। ৰাইজে একত্ৰিত হৈ লাহনী, জাল, প’ল’ , জাকৈ ,খালৈ লৈ লোক্ৰাৰ লৱৰঘাৰীত যুৱকসকলে পছন্দৰ মাছ ধৰি আনন্দত মছগুল হৈ পৰা পৰিলক্ষিত হৈছে । মাছ ধৰাত ব্যস্ত পংকজ বৰা আৰু কল্যাণ গগৈ নামৰ যুৱক দুজনে জনোৱা অনুসৰি এনেদৰে ধৰা মাছবোৰ তেওঁলোকে চুবুৰীয়াৰ সৈতে বিলাই খোৱাৰ পৰিকল্পনা কৰিছে।

Leave A Reply

Your email address will not be published.