ভোটাৰ পাৰ্টীৰ সংবাদ মেল

0 281

ভোটাৰ সকলৰ সুৰক্ষা স্বাৰ্থত গঠিত ভোটাৰ পাৰ্টী শীৰ্ষক দলটোৱে আজি সংবাদ মেল আয়োজন কৰে।গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদ মেলত দলটোৰ প্ৰচাৰ সচিব পবিত্ৰ বড়োৱে কয় যে ভোটাৰ পাৰ্টীয়ে ভাৰতীয় নাগৰিক সকলৰ মৌলিক অধিকাৰ ৰক্ষা কৰাৰ বাবে দায়বদ্ধ ।প্ৰতিজন ভোটাৰে ৬০০০ টকাকৈ বেতন লাভ কৰা উচিত ।উল্লেখযোগ্য যে ২০১২চনৰ পৰা ভোটাৰ পাৰ্টীয়ে অসমত আত্মপ্ৰকাশ কৰিছে।অসমৰ লক্ষিমপুৰ,মংগলদৈ,তেজপুৰ,বৰপেটা,গুৱাহাটী,কোকৰাঝাৰ,ধুবুৰী সমষ্টিৰ পৰা ভোটাৰ পাৰ্টীৰ প্ৰাৰ্থীয়ে আত্মপ্ৰকাশ কৰিব ।

Leave A Reply

Your email address will not be published.