বিশ্ব পৰিবেশ দিবসৰ লগত সংগতি ৰাখি আজি লায়নচ ক্লাব অব গুৱাহাটী উমঙগৰ উদ্যোগত ২০০ জোপা বৃক্ষ ৰোপন কৰা হয়। লায়নচ ক্লাব অব গুৱাহাটী উমঙগৰ সভানেত্রী।চীমা চনীয়ে এটা আম গছৰ পুলি ৰোপন কৰি সকলো জনসাধৰণকে গছ গছনিক মৰম কৰিবলৈ আহ্বান জনায়। সেচ্ছাসেৱী সংগঠনটোৱে এক মাহত ১০ হাজাৰ গছপুলি ৰোপন কৰাৰ সংকল্প গ্ৰহণ কৰিছে। বৃক্ষ ৰোপন কাৰ্য্যসূচীত বঙৰা গাৱৰ উদ্যমি যুবক অমৃত দাস, লায়নচ ক্লাব অব গুৱাহাটী উমঙগৰ সম্পাদিকা কাঞ্চন পদ্দাৰ, কোষাধ্যক্ষ কুচুম জৈন, জনসংযোগ বিষয়া আৰুচি চেনা, সমাজসেৱীকা চীমা গোয়িংকা, অধ্যাক্ষা নিভা ছৰাফ, সদস্যা চুজাতা জৈন, ৰেখা জৈন আদি উপস্থিত থাকি একোটাকৈ গছপুলি ৰোপন কৰে। আজিৰ বৃক্ষ ৰোপন কাৰ্য্যসূচীত লাৰিকা বঙৰাৰ দিলীপ ছেৰাফ আৰু সাংবাদিক নিৰেন চন্দ্র মালীয়ে সহযোগিতা আগবঢ়াই।
Trending
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta