দুৰ্গা পূজাৰ সমান্তৰালভাৱে হোজাইৰ মণিপুৰী সমাজে উদযাপন কৰিছে পৰম্পৰাগত ইমা পান্থইবি পূজা ৷ হোজাই জিলাৰ লংকাৰ পাঞ্চালীত মণিপুৰী সমাজে ইমা পান্থইবি পূজা উদযাপন কৰিছে ৷ বিগত ১৪ বছৰৰ পৰা পাঞ্চালী মণিপুৰী সমাজে তেওঁলোকৰ ৰীতি-নীতি অনুসৰি এই পূজা উদযাপন কৰি আহিছে ৷ উল্লেখ্য যে এই পূজাৰ মূৰ্তিভাগ কাঠেৰে নিৰ্মাণ কৰাৰ লগতে কোনো ধৰণৰ গজাল আদিৰ ব্যৱহাৰ নাই ৷ এই পূজাৰ অংশ হিচাপে সন্ধিয়াৰ ভাগত মণিপুৰী সমাজৰ ৰীতি-নীতি অনুসৰি ‘মা ক আৰাধনা কৰা হয় ৷ ‘মা’ ৰ আশীৰ্বাদ লোৱাৰ উদ্দেশ্যে হোজাই জিলাৰ দাঁতিকাষৰীয়া বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজ অহা দেখিবলৈ পোৱা গৈছে ৷
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি