আজিৰে পৰা ২৪ জানুৱাৰীলৈকে ৭ দিনীয়া কাৰ্যসূচীৰে ধেমাজি জিলা প্ৰশাসন আৰু ধেমাজি ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ’ব গ্ৰন্থৰ উৎসৱ।ধেমাজি ডি. আৰ. ডি. এ প্ৰাংগণত অনুষ্ঠিত হোৱা এই উৎসৱ ছাত্ৰ-ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্য আগত ৰাখি অনুষ্ঠিত কৰা হৈছে।এই উৎসৱত ছাত্ৰ-ছাত্ৰী সকলৰ মাজত চিত্ৰাংকন,ৰচনা,কুইজ,তৰ্ক,প্ৰাচীৰ পত্ৰিকা প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।লগতে ব্যক্তিত্ব আৰু নেতৃত্ব বিকাশ কৰ্মশালা, কেৰিয়াৰ পৰামৰ্শ, গ্ৰন্থ শোভাযাত্ৰা, জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহ,কবি সন্মিলন, চিত্ৰ প্ৰদৰ্শনী,সাংস্কৃতিক অনুষ্ঠান, ভাওনা প্ৰদৰ্শন আদি অনুষ্ঠিত হ’ব।
Trending
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা
- NSE signs strategic collaboration with Augmont to strengthen India’s Electronic Gold Receipts (EGR) ecosystem