ৰাজ্য চৰকাৰৰ বিশেষ পদক্ষেপ, ১৭ খন ভ্ৰাম্যমাণ থিয়েটাৰলৈ ১০ লাখ টকাকৈ সাহাৰ্য্য প্ৰদান

0 206

ভ্ৰাম্যমান থিয়েটাৰলৈ ৰাজ্য চৰকাৰৰ বিশেষ সাহাৰ্য্য প্ৰদ।ন কৰিছে১৭খন ভ্ৰাম্যমাণ থিয়েটাৰক ১০ লাখ টকাকৈ সাহায্য বিতৰণ কৰে ৰাজ্য চৰকাৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই বিশেষ সাহাৰ্য্য।সাহাৰ্য্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা।ইয়াৰোপৰি থিয়েটাৰৰ ৯৭৪ গৰাকী কলা-কুশলীক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে।ক’ভিড-১৯ৰ বাবে উদ্যোগটো ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দিশলৈ লক্ষ্য ৰাখি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।

Leave A Reply

Your email address will not be published.