ৰেইকীৰ প্ৰশিক্ষণ হ’ব

0 242

ৰেইকী চিকিৎসাৰ দ্বাৰা ঔষধৰ অবিহনে বেমাৰৰ আৰোগ্য লাভ কৰিব পাৰি।চিন্তামুক্ত,জীৱন যাপন কৰিব পাৰে।ৰেইকী প্ৰধানকৈ স্পৰ্শৰ চিকিৎসা ।মহাজাগতিক প্ৰাণ শক্তি জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হয়।এই মন্তব্য মিতালী ভট্টাচাৰ্যৰ।আজি প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা সংবাদ মেলত ভট্টাচাৰ্যই কয় যে ইতিমধ্যে এই পদ্ধতিৰ দ্বাৰা বহুলোকে আৰোগ্য লাভ কৰিছে।অহা ১৬ ডিচেম্বৰত ৰেইকীৰ সজাগতা সভাকটনৰ কাফে হাউচত অনুষ্ঠিত হ’ব ।ইচ্ছুক সকলে বিনামুলীয়াকৈ অংশ ল’ব পাৰিব।উল্লেখযোগ্য যে প্ৰায় ১০বছৰ ধৰি তেখেতে ৰেইকী  সেৱাৰ লগত জড়িত আছে ।

Leave A Reply

Your email address will not be published.