লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণত বিশেষভাৱে সষ্টম হোৱা পৰিলক্ষিত হৈছে কিছু সংখ্যক দল সংগঠন ।গল্ড গ্ল’বেল অৰ্গনাইজেচন ফৰ লাইফ ডেভেলপমেন্ট আৰু কৈলাস সত্যাৰ্থী সংগঠন চিলড্ৰেন ফাউণ্ডেচনে আজি গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সংবাদ মেলত গ্ল’বেল অৰ্গনাইজেচন ফৰ লাইফ ডেভেলপমেন্টৰ সাধাৰণ সম্পাদক কাবেৰী শৰ্মাই কয় যে আগন্তুক নিৰ্বাচনত প্ৰাৰ্থী হিচাপে অংশগ্ৰহণ কৰা সকলো প্ৰতিনিধিকে ধৰ্ষণমুক্ত সমাজ গঢ়িব বুলি প্ৰতিশ্ৰুতিবদ্ধ কৰাৰ পদক্ষেপ গ্ৰহণ কৰিব বুলি মন্তব্য কৰে।লগতে প্ৰত্যেকজন প্ৰাৰ্থীক একোখন গোহাৰি পত্ৰ দি ধৰ্ষণমুক্ত সমাজ গঢ়িবলৈ অংগীকাৰবদ্ধ হ’বৰ বাবে স্বাক্ষৰ কৰিব বুলি জানিবলৈ দিয়ে ।সংবাদ মেল খনত সংগঠনৰ সমূহ বিষয়ববীয়া উপস্থিত থাকে ।
Trending
- ভোটদানৰ সজাগতাৰ লক্ষ্যৰে মহানগৰীত চাইকেল ৰেলী
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা