ৰঙালী প্ৰাক্ ক্ষণত-মন ব’হাগী অনুষ্ঠান অনুষ্ঠিত

0 601

ৰঙালী বিহুৰ প্ৰাকক্ষণত যুৱ সাংবাদিক মঞ্চই আজি গুৱাহাটী প্ৰেছ ক্লাবৰ বাকৰিত মন ব’হাগী শীৰ্ষক এক অনুষ্ঠান অনুষ্ঠিত হয়।মঞ্চই প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই অনুষ্ঠানৰ পতাকা উত্তোলনৰে শুভাৰম্ভ কৰে বিষ্ণুৰাম নুনিচাই।ইয়াৰ পাছতে বিভিন্ন খেল ধেমালি, বিহু নৃত্য,বিহু হুঁচৰি পৰিবেশন কৰে।মেজাংকৰি মেঘমল্লাৰ বিহু হুঁচৰি দলে বিহু নৃত্য পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।ইফালে মন ব’হাগী অনুষ্ঠানৰ অধীনত ৰচী টনা, টেকেলি ভঙা আদি খেল অনুষ্ঠিত হয়।

Leave A Reply

Your email address will not be published.