সামাজিক দায়বদ্ধতাৰে নুমলীগডৰ ৰিফাইনেৰীৰে বিভিন্ন সময়ত কেতবোৰ কাম কৰি আহিছে । ইয়াৰ অংশস্বৰুপে কালি ডিব্ৰুগড় জিলা প্ৰশাসনক নলা চফা কৰা মেচিন আৰু ডাষ্টবিন প্ৰদান কৰে । ৰিফাইনেৰীৰ পৰা লাভ কৰা বেলৰ’ মাউণ্টেড ড্ৰেইন ক্লিনিং মেচিন জিলা প্ৰশাসনৰ পৰা পৌৰসভাক হস্তান্তৰ কৰা হ’ব বুলি জানিব পৰা গৈছে ।উল্লেখযোগ্য যে ডিব্ৰুগড জিলাৰ সমীপৱৰ্তী এলেকা সমূহত এই জাৱৰ নিষ্কাশন সামগ্ৰী সমূহ ব্যৱহাৰ হ’ব বুলি জানিব পৰা গৈছে ।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন