ডিব্ৰুগড়ত ঘট পূজা উদযাপনৰ পোষকতা অধিকাংশ পূজা কমিটিৰ

0 454

সমাগত দুৰ্গাপূজা। ক’ভিড -১৯ৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ডিব্ৰুগড়ৰৰ অধিকাংশ পূজা সমিতিয়ে দুৰ্গাপূজাক অনুষ্ঠুপীয়াকৈ অনুষ্ঠিত কৰি ঘট পূজা উদযাপনৰ পোষকতা কৰিছে।
 
 
সেই অনুসৰি ধৰ্মীয় ৰীতি-নীতি অনুসৰি মাত্ৰ ১০ জন লোকৰ সমবেত হৈ পূজা অনুষ্ঠিত কৰিব বুলি জানিব পৰা গৈছে।ডিব্ৰুগড় জিলা উপায়ুক্ত পল্লৱ গোপাল ঝায়ে কয় যে এইবাৰ ৰাস্তাৰ সমীপৰত পূজা অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব আৰু কোনো পূজাস্থলীৰ সমীপত কোনো বজাৰ বহিবলৈ দিয়া নহ’ব।সেই অনুসৰি সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব।ক’ভিডৰ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি এনেধৰণৰ নিৰ্দেশনা দিয়া হৈছে।

Leave A Reply

Your email address will not be published.