বানপানী অসমৰ এক গুৰুত্বপূৰ্ণ সমস্যা।এই বানপানী ওপৰত চুটি ছবি নিৰ্মাণ কৰি কেইবাখনো চলচিত্ৰ লৈ মনোনীত হৈছে The Dodo য়ে। মজিন মৰাণৰ প্ৰযোজনা আৰু পিংকু মৰাণৰ পৰিচালনাত নিৰ্মাণ হোৱা এই ছবি খনে কোচিন আন্ত:ৰাষ্ট্ৰীয় চুটি ছবি মহোৎসৱলৈ প্ৰথম পৰ্যায়ত বাচনি হৈছে।উল্লেখযোগ্য যে প্ৰায় ১৬ মিনিট দৈৰ্ঘ্য এই ছবিখনত বানপানী আৰু জনজীৱনক লৈ নিৰ্মাণ কৰা হৈছে। তিনিচুকীয়াৰ কৰদৈগুৰি অঞ্চলত ছবি খনৰ শ্বুটিং হৈছে।জানিব পৰা মতে এই ছবিখনে মুম্বাই,ডুবাই দৰে চলচিত্ৰ মহোৎসৱতো সন্মান লাভ কৰিছে।
Trending
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন