অসমীয়া সংগীত জগতৰ এটা অধ্যায়ৰ ৰঁচা কৰা শিল্পী জয়ন্ত হাজৰিকাৰ জীৱনৰ আধাৰত এখন চুটি ছবি নিৰ্মাণ হৈছে। এই ছবিখন পৰিচালনা কৰিছে প্ৰাঞ্জল গয়াৰীয়ে। জানিব পৰা মতে ১৬ জুলাইত এই ছবিখনে মুক্তি লাভ কৰিব। এই সম্পৰ্কে পৰিচালক গয়াৰীয়ে কয় যে এই ছবিখনৰ জৰিয়তে ১৯৭৭ চনৰ প্ৰলয়ংকাৰী বানপানীৰ সময়ত প্ৰয়াত শিল্পীগৰাকীৰ ভূমিকা সম্পৰ্কে উপস্থাপন কৰা হৈছে। লগতে কয় যে ৭০ দশকৰ এখন ছবি তুলি ধৰাটো কষ্টকৰ কাম । যথেষ্ট গৱেষণাৰ প্ৰয়োজন । ২০ মিনিট দৈৰ্ঘ্যৰ ছবিখনত জয়ন্ত হাজৰিকাৰ চৰিত্ৰত অভিনয় কৰিছে অভিনেতা কমল লোচনে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি