অহা ২২–২৩ আগষ্টত গুৱাহাটী প্রেছ ক্লাবত দুদিনীয়া কার্যসূচীৰে ক’ভিড ভেকচিন ক’ভিছিল্ডৰ দ্বিতীয় পালি প্রতিষেধক শিবিৰৰ আয়োজন কৰা হৈছে৷ গুৱাহাটী প্রেছ ক্লাবত প্রথম পালি প্রতিষেধক গ্রহণ কৰা সদস্যসকলে ল’ব পাৰিব দ্বিতীয় পালি প্রতিষেধক৷মাত্র দুদিনীয়াকৈ আয়োজিত হ’বলগীয়া প্রতিষেধক শিবিৰত পূর্বে কোনো পঞ্জীয়নৰ ব্যৱস্থা কৰা নহ’ব৷ প্রতিষেধক ল’বলৈ অহা সতীর্থসকলে নির্ধাৰিত দিনটোত পুৱা ১০.৩০ বজাৰ পূর্বে নিজৰ নাম গুৱাহাটী প্রেছ ক্লাব চৌহদত পঞ্জীয়ন কৰিব লাগিব৷
Trending
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ
- LIC HFL Reviews Progress of SANGAM Livelihood Project in Mizoram