গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ আজাৰা কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ অধীনৰ কৃষি বিজ্ঞান কেন্দ্ৰ , কামৰূপৰ উদ্যোগত আৰু ড০ ধীৰেন্দ্ৰ নাথ কলিতাৰ সহযোগত আজি ভাৰত চৰকাৰৰ আজাদী কা অমৃত মহোৎসৱৰ অন্তৰ্গত কৃষকৰ খাদ্য আৰু পৰিপুষ্টি” শীৰ্ষক এখনি সজাগতা সভা অনুষ্ঠিত হয়। সভাত বিভিন্ন অঞ্চলৰ পৰা অহা প্রায় ৫০ জন কৃষক উপস্থিত থাকে। আৰম্ভণীতে কৃষি বিজ্ঞান কেন্দ্ৰৰ মীন বিশেষজ্ঞ পৰাগ শইকীয়াই সভাৰ উদ্দ্যেশ্য বাখ্যা কৰে। কেন্দ্ৰৰ পশু বিশেষজ্ঞা ড০ ইলাক্ষী ডেকাই কৃষকৰ পৰিপুষ্টি আৰু খাদ্যৰ ওপৰত বক্তৃতা আগবঢ়ায়। কেন্দ্ৰৰ সামূহিক বিজ্ঞান বিশেষজ্ঞা মধুস্মিতা ডেকাই সুষম আহাৰ আৰু পুষ্টিকৰ বাগিছাৰ ওপৰত আলোকপাত কৰে। নৱ সুৰুয কৃষি উৎপাদক কোম্পানীৰ সহযোগত এই সভাখন অনুষ্ঠিত হয়।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি