ভ্ৰাম্যমান থিয়েটাৰলৈ ৰাজ্য চৰকাৰৰ বিশেষ সাহাৰ্য্য প্ৰদ।ন কৰিছে১৭খন ভ্ৰাম্যমাণ থিয়েটাৰক ১০ লাখ টকাকৈ সাহায্য বিতৰণ কৰে ৰাজ্য চৰকাৰে।মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰদান কৰে এই বিশেষ সাহাৰ্য্য।সাহাৰ্য্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকে মন্ত্ৰী বিমল বৰা আৰু বিধায়ক জয়ন্ত মল্ল বৰুৱা।ইয়াৰোপৰি থিয়েটাৰৰ ৯৭৪ গৰাকী কলা-কুশলীক ৫০ হাজাৰ টকাকৈ সাহায্য প্ৰদান কৰে।ক’ভিড-১৯ৰ বাবে উদ্যোগটো ব্যাপক লোকচানৰ সন্মুখীন হোৱাৰ দিশলৈ লক্ষ্য ৰাখি চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে।
Trending
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি
- গুৱাহাটীত এইচ ডি এফ চি বেংকে নতুনকৈ মুকলি কৰিলে প্ৰযুক্তি আৰু ডিজিটেল ফেক্টৰী
- স্বাস্থ্য আৰু পৰিয়াল কল্যাণ জলসিঞ্চন মন্ত্ৰী অশোক সিংহলে-৮২ খন ১০৮ মৃত্যুঞ্জয় এম্বুলেন্স সেৱাৰ ফ্লেগ অফ কৰে