NDAৰ পৰীক্ষাত স্থান লাভ কৰিছে অসমৰ এজন ছাত্ৰই। শিৱসাগৰৰ ডিমৌৰ কৌশিক চেতিয়া নামৰ ছাত্ৰ জনে নাম ভৰ্তিৰ বাবে হোৱা পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। ইয়াৰ উপৰিও মহীশূৰৰত এয়াৰ ফৰ্চৰ ছিলেকচন পৰীক্ষাত উত্তীৰ্ণ হৈছে। কৌশিকৰ এই সফলতাৰ বাবে শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহালে সম্বৰ্ধনা জনাইছে।
Trending
- ২০২৫-২৬বিত্তীয় বৰ্ষৰ অন্তিম মাহ! মাৰ্চত আশীৰ্বাদ মাহৰ কাৰ্যসূচী পৰিবহণ বিভাগৰ
- গুৱাহাটী কপাঁলে অগপই, সংকল্প সমাৰোহত কেইবা সহস্ৰাধিকৰ উপস্থিতি সুৰক্ষিত আৰু বিকশিত অসমৰ দায়বদ্ধতা প্ৰকাশ অগপ সভাপতি অতুল বৰাৰ
- কাঁহিকুছিত তিনিদিনীয়া কৃষি পাম প্ৰশিক্ষণ শিবিৰৰ সামৰণি
- কামৰূপ মহানগৰ জিলাত ভূমি পট্টা বিতৰণ
- উত্তৰ পূব ভাৰত স্বচ্ছ শক্তি সন্মিলন অনুষ্ঠিত
- টপচেম চিমেণ্টৰ নৱম সংখ্যক বিনামূলীয়া চকু পৰীক্ষা শিবিৰ আৰম্ভ
- অসম পশুধন নিগমৰ উদ্যোগ খানাপাৰত বানিজ্যিক কেন্দ্ৰ মুকলি
- NECTAR Celebrates National Science Day 2026 with Student Innovation Exhibition in Shillong
- বটদ্রৱাত শ্রীশ্রীকৃষ্ণৰ দৌল যাত্ৰা মহোৎসৱৰ ব্যাপক প্রস্তুতি সন্দৰ্ভত সংবাদমেল
- বাঁহৰ আ অলংকাৰ প্ৰশিক্ষণ আৰু গৱেষণা প্ৰতিষ্ঠান মুকলি