অসম অলিম্পিক সন্থাৰ উদ্যোগত ২৩-২৭ জুলাইলৈকে অনুষ্ঠিত হ’ব অসম যুৱ অলিম্পিক’২০২২ ৷ অসম যুৱ অলিম্পিকত ৩১ বিধ ভিন্ন ক্ৰীড়াৰ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব গুৱাহাটীৰ ভিন্ন ক্ৰীড়া প্ৰকল্পত ৷ ইতিমধ্যে গুৱাহাটীৰ পল্টনবজাৰস্থিত ভাৰতীয় খেল প্ৰাধিকৰণত অনুষ্ঠিত হ’বলগীয়া উশ্বু প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে বিশ্বনাথৰ উশ্ব দল দেওবাৰে নিশা বিশ্বনাথ ৰেল ষ্টেচনৰ পৰা গুৱাহাটীলৈ ৰেল যোগে ৰাওনা হয় ৷ বিশ্বনাথৰ উশ্বু দলৰ প্ৰশিক্ষক পদ্ম জায়ৰু তত্ত্বাৱধানত ২৬ গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিব অসম যুৱ অলিম্পিকত ৷ বিশ্বনাথলৈ সুনাম অৰ্জন কঢ়িয়াই আনিবলৈ প্ৰশিক্ষক তথা খেলুৱৈসকল যথেষ্ট আশাবাদী ৷. বাতৰি যুগুতালে জামুগুৰিহাটৰ পৰা ৰাতুল হাজৰিকাই।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান