ৰেইকী চিকিৎসাৰ দ্বাৰা ঔষধৰ অবিহনে বেমাৰৰ আৰোগ্য লাভ কৰিব পাৰি।চিন্তামুক্ত,জীৱন যাপন কৰিব পাৰে।ৰেইকী প্ৰধানকৈ স্পৰ্শৰ চিকিৎসা ।মহাজাগতিক প্ৰাণ শক্তি জৰিয়তে চিকিৎসা সেৱা আগবঢ়োৱা হয়।এই মন্তব্য মিতালী ভট্টাচাৰ্যৰ।আজি প্ৰেছ ক্লাবত অনুষ্ঠিত কৰা সংবাদ মেলত ভট্টাচাৰ্যই কয় যে ইতিমধ্যে এই পদ্ধতিৰ দ্বাৰা বহুলোকে আৰোগ্য লাভ কৰিছে।অহা ১৬ ডিচেম্বৰত ৰেইকীৰ সজাগতা সভাকটনৰ কাফে হাউচত অনুষ্ঠিত হ’ব ।ইচ্ছুক সকলে বিনামুলীয়াকৈ অংশ ল’ব পাৰিব।উল্লেখযোগ্য যে প্ৰায় ১০বছৰ ধৰি তেখেতে ৰেইকী সেৱাৰ লগত জড়িত আছে ।
Trending
- নগাঁৱৰ ভিজন একাডেমী চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত “ব’হাগৰ এদিন” শীর্ষক উৎসৱ
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত ব’হাগৰ এদিন
- দ্বিতীয় পৰ্য্যায়ৰ ভোটগ্রহণ সম্পন্ন
- ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ শ্ৰেণীকোঠা উদ্বোধন
- দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে মুছলপুৰত নিৰ্বাচনী সামগ্ৰী বিতৰণ
- কামৰূপ (ম)ৰ প’লিং বিষয়া আৰু ই ভি এমৰ দ্বিতীয় পৰ্যায়ৰ ৰেণ্ডমাইজেশ্বন সম্পন্ন
- জৱাহৰ নবোদয় বিদ্যালয়ত কুইজিন-দ্য ব্ৰেইন বুফে
- ঘিলামৰাত ৬৫ সংখ্যক কেন্দ্ৰীয় ৰঙালী বিহু শুভাৰম্ভ
- পৰ্যবেক্ষক, প্ৰাৰ্থী-প্ৰতিনিধিৰ সৈতে কামৰূপ মহানগৰ জিলা নিৰ্বাচন বিষয়াৰ গুৰুত্বপূৰ্ণ সভা
- মিচিং জাতীয় সংগঠনৰ বিশ্ব ধৰিত্ৰী দিৱস পালন