দেশৰ সকলোতকৈ ডাঙৰ পৰিয়াল হিচাপে চিহ্নিত হৈছে মিজোৰামৰ চানাৰ পৰিয়াল।১৮১ জন সদস্যৰে চানাৰ পৰিয়াল গঠিত।মিজোৰামৰ বাক্তাৱাঙত এটা ঘৰত চামাৰ পৰিয়াল থাকে।জিঅ’না চানা নামৰ ব্যক্তিজনৰ ৩৯গৰাকী পত্নীয়ে এই পৰিয়াল গঠন হৈছে।১০০টা ৰুমৰ কোঠালিত চানাৰ পৰিয়ালৰ সদস্য সকল থাকে।তেওঁলোকে যথেষ্ট মিলা প্ৰীতিৰে বসবাস কৰে।চানাৰ সমূহ পত্নী একোটা কোঠাত থকাৰ বিপৰীতে চানাৰ আছুতীয়া কোঠা আছে।প্ৰতিগৰাকী পত্নীয়ে চানাক সমানে মৰম ,সন্মান কৰে।দৈনিক ১০০কে জি চাউলে চানাৰ ঘৰত খানা প্ৰস্তুত হয়।চানাৰ প্ৰথমা পত্নীয়ে সমস্ত ঘৰৰ কাম তদাৰক কৰাৰ লগতে কনিষ্ঠ তথা নতুন পত্নীয়ে চানাৰ লগত সময় অতিবাহিত কৰে।জানিব পৰা মতে চানাই শেহতীয়াকৈ এখন স্কুল প্ৰতিষ্ঠা কৰিছে।যি সময়ত একক পৰিয়ালৰ ধাৰণা সমগ্ৰ দেশতে বিৰল হৈ পৰিছে, সেই সময়ত চানাৰ পৰিয়াল একক হৈ জিলিকিছে।
Trending
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন
- কটন বিশ্ববিদ্যালয়ত সবল গণতন্ত্ৰৰ হকে ভোটদানৰ বাবে সজাগতা অনুষ্ঠান
- ধুবুৰী জিলাত মুখ্য নিৰ্বাচনী বিষয়া উপস্থিত
- দীনজ্যোতি ফাউণ্ডেশ্যনৰ উদ্যোগত শ্ৰমিক দিৱস উদযাপন
- পাটাছাৰকুছি প্ৰেছ ক্লাৱৰ প্ৰতিষ্ঠা দিৱস উদযাপন
- শ্ৰমিক দিৱসত ব্যতিক্ৰমী কৰ্মেৰে উদ্ভাসিত ঢকুৱাখনাৰ পাপু দত্ত