সময়ৰ সোঁতত হেৰাই যোৱাৰ উপক্ৰম হোৱা চিলা খেলে প্ৰাণ পাই উঠিছে জীৱন চিলা নৈ উৎসৱত।নদীক কেন্দ্ৰ কৰি গঢ় লৈ উঠা এই উৎসৱে এজাক প্ৰজন্মক চিলা উৰুৱাৰ প্ৰতি আকৰ্ষিত কৰি তোলাই নহয়, নদীৰ দাঁতিকাষৰীয়া ঠাইক স্বচ্ছ কৰি তোলাৰ বাবে সজাগ কৰি তুলিছে ।এই সম্পৰ্কে সুৰেশ ৰঞ্জন গদুুুকাই কয় জীৱন চিলা নৈ উৎসৱৰ সমান্তৰাল ভাৱে বিভিন্ন সংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হৈছে।উৎসৱতে আকাৰৰ উদ্যোগত মুখাশিল্প প্ৰদৰ্শন কৰিছে।শিল্পী দেৱকান্ত হাজৰিকাই মুখা প্ৰস্তুতৰ প্ৰশিক্ষণ প্ৰদান কৰিছে।মহানগৰীৰ ফেঞ্চিঘাটত এই উৎসৱ অনুষ্ঠিত হৈ আছে ।
Trending
- বালিপাৰা ফাউণ্ডেশ্যনৰ দ্বাদশ পূব হিমালয়ান প্ৰকৃতিবিজ্ঞান মঞ্চ-গুৱাহাটীত উপস্থিত কংগো গণৰাজ্যৰ ৰাণী ডায়াম্বি কাবাটুছুইলা
- ৰেডিঅ’ক জনপ্ৰিয় কৰাৰ অনন্য প্ৰয়াস মধ্য অসম ৰেডিঅ’ শ্ৰোতা সংঘ
- নৰ্থ ইষ্ট সংস্থাৰ উদ্যোগত দিল্লীত উদযাপিত হ’ল লাচিত দিৱস
- পান্ডু মহাবিদ্যালয়ত গুৱাহাটীৰ নগৰীয়া বানপানীৰ সমস্যা সমাধান বিষয়ক সপ্তাহজোৰা কৰ্মশালাৰ সামৰণি
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা