ব্যাপক উৎসাহ উদ্দীপনাৰে আৰম্ভ হোৱা তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ কালি সফল সামৰণি পৰে।অসম প্ৰকাশন পৰিষদে অনুষ্ঠিত কৰা এই সাহিত্য উৎসৱত বহুতো দেশী বিদেশী লেখকে অংশগ্ৰহণ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰখ্যাত লেখিকা এন মৰ্গানৰ সঞ্চালনাত অনুষ্ঠিত সৃষ্টিশীল লেখাৰ বাবে বাস্তৱ জগতৰ গৱেষণা শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে শ্ৰীলংকা, মালয়েছিয়া লাভিয়ান আৰু অসমৰ বহুকেইগৰাকী লেখকে।দেশ বিদেশৰ বহুকেইগৰাকী লেখকে অসমৰ লেখকসকলৰ লগত মত বিনিময় কৰি অসমৰ সাহিত্য সংস্কৃতিৰ এখন প্ৰতিছবি কঢ়িয়াই নিয়ে। তৃতীয় ব্ৰহ্মপুত্ৰ সাহিত্য উৎসৱৰ কাৰ্য্যসূচী সফল ৰূপায়ণ কৰা সকলোকে অসম প্ৰকাশন পৰিষদৰ প্ৰমোদ কলিতাই এক বিবৃতি যোগে ধন্যবাদ জ্ঞাপন কৰে ।
Trending
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল
- কামৰূপ মহানগৰত নিৰ্বাচনী প্ৰস্তুতি চূড়ান্ত পৰ্যায়ত-জিলা নিৰ্বাচন বিষয়াৰ বিশেষ পৰ্যালোচনা সভা
- Medical conference by Indian Army on high altitude illness
- চাৰি সহস্ৰাধিকৰ উপস্থিতিত গুৱাহাটীত যুৱ মৰ্চাৰ যুৱ সমাৰোহ
- পৰাগজ্যোতি প্ৰকাশনৰ প্ৰশংসনীয় পদক্ষেপ প্ৰসিদ্ধ ভাষাবিদ, সাহিত্যিক,গৱেষক ড০ নাৰায়ণ দাসক সম্বৰ্দ্ধনা
- এয়াৰটেল ফাউণ্ডেচনে স্কুল এক্সেলেন্স প্ৰগ্ৰেমৰ অধীনত ১১০০ৰো অধিক চৰকাৰী বিদ্যালয়ৰ শিক্ষক আৰু প্রধান শিক্ষকৰ সক্ষমতা কাৰ্য্যসূচী ৰূপায়ন