কালিৰে পৰা মহানগৰীৰ আমবাৰীত চহৰ সমৃদ্ধি উৎসৱ অনুষ্ঠিত হৈছে।নগৰীয়া জীৱিকা অভিযানৰ অধীনত আৰম্ভ হোৱা এই উৎসৱটোত ৩০টা আত্মসহায়ক গোটে অংশগ্ৰহণ কৰিছে।জানিব পৰা মতে এই উৎসৱ প্ৰত্যেক ৰাজ্যতে অনুষ্ঠিত হৈছে।উৎসৱটোৰ জৰিয়তে আত্মসহায়ক গোট কিছুমানক লোন প্ৰদান কৰা হৈছে আৰু জব মেলা অনুষ্ঠিত কৰি কৰ্মসংস্থাপনৰ ব্যৱস্থা কৰা হৈছে ।উৎসৱত বিভিন্ন ষ্ট্ৰীট ফুডৰ বিপনীয়েও অংশগ্ৰহণ কৰিছে।এই উৎসৱ অহা ১৫ ফেব্ৰুৱাৰীত অন্ত পৰিব।
Trending
- কেন্দ্রীয় চৰকাৰৰ গ্ৰামোন্নয়নৰ বিভাগৰ প্ৰতিনিধিৰ মৰিগাঁও জিলা ভ্ৰমণ, প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ পৰিদৰ্শন
- মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত বজ্ৰপাত ধৰা পেলোৱা যন্ত্ৰ প্ৰতিষ্ঠাপন
- ৰত্না দত্ত সোঁৱৰণী অনুষ্ঠানত উপন্যাস “দ্বিতীয়া” উন্মোচন
- বন্যহস্তীৰ দেহত ৰেডিঅ’ ক’লাৰ স্থাপন
- চৰাইদেউ মৈদাম বিশ্ব ঐতিহ্য ক্ষেত্ৰত বিশ্ব ঐতিহ্য সপ্তাহৰ উদ্বোধনী অনুষ্ঠান
- বেলতলা বহাগী উৎসৱ উদযাপন সমিতিৰ ঘোষণা-২০২৫ বৰ্ষৰ বাবে জুবিন গাৰ্গলৈ ড০ ভূপেন হাজৰিকা বঁটা
- বৃহত্তৰ ৰাণী অঞ্চলত হাতীৰ উপদ্ৰবৰ মাজতে আঘোনৰ পথাৰত সোণগুটি চপোৱাত ব্যস্ত চহা কৃষক
- গুৱাহাটী বিশ্ববিদ্যালয়ত এন এছ এছৰ পূৱ মাণ্ডলৰ প্ৰাক গণৰাজ্য দিৱস পেৰেড শিবিৰৰ সামৰণি
- আপকুৰ ৰাষ্ট্ৰীয় প্ৰেছ দিৱস উদযাপন-ৰাজ্যৰ দুগৰাকী জ্যেষ্ঠ সাংবাদিকক সম্বৰ্ধনা
- National Press Day 2024 Commemorated in Guwahati: A Reflection on the Changing Nature of the Press