হোলীৰ উপলক্ষ্যে

হোলীৰ উপলক্ষ্যে

IMG-20170313-WA0056

ফাঁকুৱাৰ অথবা হোলীৰ ৰঙে সকলোৰে মনবোৰ ৰঙীয়াল কৰি তোলে, আশাবোৰ জীপাল কৰি তোলে। আজি মহানগৰীৰ হনুমান নিধি ট্ৰাষ্টৰ উদ্যোগত আয়োজন হোৱা হোলী মহোৎসৱত উপস্থিত থাকি হোৱা এয়া এক অনুভৱ। উল্লেখযোগ্য যে মহানগৰীৰ হনুমান মন্দিৰৰ সমীপত এই মহোৎসৱ আয়োজিত হৈছিল জি এল পাব্লিকেচনৰ সহযোগত। জি এল আগৰৱালাই বন্তি প্ৰজ্বলনে কাৰ্য্যসুচী শুভাৰম্ভ কৰিছিল। বৰপেটাৰ হোলীগীতৰ লগতে ব্ৰক্ষ্মপুত্ৰ ৰক বেণ্ডৰ বিভিন্ন ধৰণৰ ৰাজস্থানী, ভোজপুৰীৰ পৰা আৰম্ভ কৰি বিহুগানৰ বৰ্ণিল কাৰ্যসুচী সমাহাৰ ঘটা পৰিলক্ষিত হয়। বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে হোলী আনন্দত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ল।

IMG-20170313-WA0055

IMG-20170313-WA0052

Comments (0)
Add Comment