ফাঁকুৱাৰ অথবা হোলীৰ ৰঙে সকলোৰে মনবোৰ ৰঙীয়াল কৰি তোলে, আশাবোৰ জীপাল কৰি তোলে। আজি মহানগৰীৰ হনুমান নিধি ট্ৰাষ্টৰ উদ্যোগত আয়োজন হোৱা হোলী মহোৎসৱত উপস্থিত থাকি হোৱা এয়া এক অনুভৱ। উল্লেখযোগ্য যে মহানগৰীৰ হনুমান মন্দিৰৰ সমীপত এই মহোৎসৱ আয়োজিত হৈছিল জি এল পাব্লিকেচনৰ সহযোগত। জি এল আগৰৱালাই বন্তি প্ৰজ্বলনে কাৰ্য্যসুচী শুভাৰম্ভ কৰিছিল। বৰপেটাৰ হোলীগীতৰ লগতে ব্ৰক্ষ্মপুত্ৰ ৰক বেণ্ডৰ বিভিন্ন ধৰণৰ ৰাজস্থানী, ভোজপুৰীৰ পৰা আৰম্ভ কৰি বিহুগানৰ বৰ্ণিল কাৰ্যসুচী সমাহাৰ ঘটা পৰিলক্ষিত হয়। বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে হোলী আনন্দত অংশগ্ৰহণ কৰা পৰিলক্ষিত হ’ল।
Trending
- মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু ক্ৰিকেটৰ তাৰকা সুনীল গাভাস্কাৰে মুকলি কৰিলে গুৱাহাটী আন্ত:ৰাষ্ট্ৰীয় মাৰাথন
- ড০ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠিত
- ঢকুৱাখনাত পাঞ্জাৱ নেচনেল বেংকৰ বিশেষ অনুষ্ঠান-দুৰ্ঘটনাত মৃতকৰ পৰিয়ালক ১ কোটি টকাৰ বীমাধনৰ চেক প্ৰদান
- চৰকাৰ আৰু হিতাধিকাৰীৰ মাজৰ অন্তিম পৰ্যায়ৰ ব্যৱধান দূৰ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব ‘অৰুণোদয় সাৰথিয়ে
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত কাৰ্যালয়ত চাৰিখন ইলেকট্ৰিক বাহন মুকলি
- বিভিন্ন ধৰ্মৰ ধৰ্মগুৰুৰ প্ৰাৰ্থনা মন্ত্ৰোচ্চাৰণৰ মাজেৰে ৰাজগড়ত মুকলি ‘জুবিন ক্ষেত্ৰ
- লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰত সুৰক্ষিত বিমান অৱতৰণৰ বাবে ৫৭০ মিটাৰ দৈৰ্ঘ্যৰ নতুন আলোক ব্যৱস্থা সংস্থাপন
- ৰাষ্ট্ৰীয় ক্ৰীড়া দিৱসত ৰাণীত চি আৰ পি এফৰ উদ্যোগত ক্ৰীড়া প্ৰতিযোগিতা সম্পন্ন
- Airtel Strengthens India’s Digital Future with Sovereign Telco-Grade Cloud
- কামপুৰৰ প্ৰকৃতিপ্ৰেমী দম্পতিক শ্ৰোতা সংঘৰ ৰেডিঅ’ উপহাৰ


