শ্বিলং- তুৰা পথে ৰিঙিয়াই

6 471

IMG-20170314-WA0015

ভ্ৰমণবিলাসী প্ৰতিগৰাকী ব্যক্তিক জনাব বিছাৰিছো সুখবৰ। প্ৰিয় পাঠক, আপোনালোকক বিভিন্ন সময়ত বিভিন্ন ঠাই পৰ্যটনৰ বিষয়ে জনাই আহিছো। আজি জনবলৈ লোৱা পৰ্যটন ক্ষেত্ৰখন হ’ল অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ এটা বিশেষ পথ। যি পথটো আজি কিছুদিনৰ আগতে মুকলি হৈছে যদিও সম্পূৰ্ণকৈ যাত্ৰী অথবা পৰ্যটক সকলে জ্ঞাত নহয়।

IMG-20170314-WA0014

হয়, আপোনাক জনাব বিচাৰিছো শ্বিলং তুৰাৰ সংযোগী নৱনিৰ্মিত পথটোৰ বিষয়ে। আজি পৰা কিছু বছৰৰ আগতে তুৰাবাসীয়ে শ্বিলং লৈ যাবলৈ হ’লে গুৱাহাটী অতিক্ৰমী যাব লাগিছিল। পিছে এতিয়া আৰু গুৱাহাটী অতিক্ৰমী যাব নালাগে। শ্বিলংৰ পৰা প্ৰত্যক্ষভাৱে তুৰাৰ অভিমুখে যাওতে পোৱা ঠাই কেইখন হ’ল ক্ৰমে Sohiong, Mairang, Kyshi, Nongstoin, Shallang, Rongjeng, Songsak, Rongram হৈ তুৰা পায়। যাত্ৰা পথৰ বাবে সময় প্ৰায় ৮ ঘণ্টা অথবা ৯ ঘণ্টা লাগে আৰু বিভিন্ন অনাৰসৰ বাগান সৰু বৰ নদী, জলপ্ৰপাত, Reserve Forest আদি দেখিবলৈ পোৱা যায়। আটাইতকৈ সুখৰ কথা যে এই পথেদি যাত্ৰা কৰিলে খুবেই সুন্দৰ মনোমোহা প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰিব লাগতে সুচল ৰাস্তা ঘাটৰ অবস্থা। আনহাতে Nongstoin পৰা Hahim হৈ অসমৰ বকো পাব পাৰি। উল্লেখযোগ্য এই নৱনিৰ্মিত পথটোৰ যাত্ৰাপথৰ সৌন্দৰ্যৰ সুধাপ্ৰাণ হয়তো আপুনি নেদেখিলে অনুভৱ কৰিব নোৱাৰিব। তেনেহ’লে আহক এবাৰ চাই আহক, এখন ন পৃথিৱীৰ নতুন মাদকতা।

IMG-20170314-WA0013

6 Comments
  1. Apurba Kumar baishya says

    Very happy that Ne focus is back…I had been a active member in the graphics dept…there then better known Netv. Wishing the channel a happy come back.

    1. Sangeetasaikia says

      nefocus.com is a positive news portal,it is not related to ne tv..anyway keep visiting our site..thankyou.

  2. Syeda Zahan says

    Nice to know!

    1. Sangeetasaikia says

      happy to know!thanks

  3. Sailendra Pandey PRO Excise Commissionerate Assam says

    Very very informative story. We like this type of news story. Please continue.

  4. Sangeetasaikia says

    thankyou so much sir..

Leave A Reply

Your email address will not be published.