আজানপীৰৰ সমল আজিও অক্ষত অৱস্থাত আছে

নগাঁৱত এতিয়াও অক্ষত অৱস্থাত আছে বহু পৌৰাণিক সমল।অলপতে পোহৰলৈ আহিছে বহু বছৰ ধৰি সংৰক্ষণ কৰি অহা আজান পীৰ চাহাবৰ তজবী আৰু চিলচিলা।উল্লেখযোগ্য যে মুজিৰুল হুছেইন নামৰ ব্যক্তিজনৰ ঘৰত এই সম্পদ সমূহ সংৰক্ষণ হৈ আছে ।প্ৰবাদ আছে পবিত্ৰ মনৰে তজবীডাল লৈ আৰাধনা কৰিলে মনৰ ইচ্ছা পূৰণ হয়।স্মতব্য যে ৭ পুৰুষ ধৰি এই সম্পদ সমূহ সংৰক্ষণ হৈ আছে । অসমৰ বিভিন্ন অঞ্চলৰ লোকে এই সম্পদ সমূহ দৰ্শনৰ অৰ্থে আজিও সেই বিশেষ ঘৰখনত ভিৰ কৰে বুলি জানিব পৰা গৈছে ।

Comments (0)
Add Comment